শালকাটিত মহিবুৰ এন্টাৰপ্ৰাইজৰ শুভ উদ্বোধন।

Digital Desk:

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শালকাটি চাৰিআলিত মহিবুৰ এন্টাৰপ্ৰাইজৰ শুভ উদ্বোধন কৰা হয়। 


শুভ উদ্বোধনী অনুষ্ঠানটিৰ আঁত ধৰে মহিবুৰ ৰহমানে। 


এন্টাৰপ্ৰাইজখন ফিতা কাটি উদ্বোধন কৰে শালকাটি নিবাসী প্ৰাক্তন অভিযন্তা আবুল হাসিমে। 


তেওঁৰ লগত সহযোগ কৰে প্ৰাক্তন আঞ্চলিক সদস্য আবুল কালামে। 


মহিবুৰ এন্টাৰপ্ৰাইজত মাছৰ দানা, পোহনীয়া জীৱ-জন্তুৰ খাদ্য, উন্নত মানৰ চাউল, চিৰা-মুৰি, আটা-ময়দা, চেনী আদি সুলভ দামত পোৱা যাব বুলি স্বত্বাধিকাৰীয়ে জানিব দিয়ে। 


দোকানখনৰ স্বত্বাধিকাৰীৰ লগত গ্ৰাহকসকলে 9706456940 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। 


অনুষ্ঠানৰ শেষত এন্টাৰপ্ৰাইজৰ সত্বাধিকাৰী মহিবুৰ ৰহমানৰ লগতে আঞ্চলিক সদস্য আবুল কালাম, ৰাইজৰ দলৰ নেতা ছফিক উল্লাহ, শিক্ষক ফকৰ উদ্দিন আহমেদে দোকানখনৰ উত্তৰোত্তৰ কামনা কৰি সাংবাদিকৰ আগত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।



Comments

Popular posts from this blog

ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সমস্যা সন্দৰ্ভত চলিত বিধানসভাত নিমাত বিৰোধী আৰু শাসকীয় দলৰ অসম গণ পৰিষদ

Bullet riddled dead body recoverd