ধিং কংগ্ৰেছত খহনীয়া
ডিজিটেল ডেস্ক: নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত পৰাজয়ৰ পিছতে ধিং কংগ্ৰেছত খহনীয়া। ধিং ব্লক যুৱ
কংগ্ৰেছ কমিটিৰ সভাপতি নৱাজ শ্বৰীফে ত্যাগ কৰিলে সভাপতিৰ পদ। অসম প্ৰদেশ যুৱ
কংগ্ৰেছ কমিটিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সভাপতিৰ পদটি ত্যাগ কৰে নৱাজ শ্বৰীফে।
উপ-নিৰ্বাচনৰ পিছতে যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই পদত্যাগক লৈ চৰ্চিত হৈছে কংগ্ৰেছৰ
মহলত মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট।


Comments
Post a Comment